লামডিং ৰেলৱে উচ্চতৰ মাধ্যমিক বিদ্যালয়ত MANSURIA KUNG-FU, INTERNATION SCHOOL,ৰ উদ্যোগত তিনিদিনীয়া কুংফু প্ৰশিক্ষণ শিবিৰ৷

লামডিং ৰেলৱে উচ্চতৰ মাধ্যমিক বিদ্যালয় MANSURIA KUNG-FU,INTERNATION SCHOOL,ৰ উদ্যোগত তিনিদিনীয়া কুংফুৰ  প্ৰশিক্ষণ লোৱাৰ  বাবে প্ৰয়োজনীয়  ইউনিফৰ্ম  প্ৰদান কৰা হয় কৰা ছাত্ৰ ছাত্ৰী সকলক ৷

 সুস্থ দেহতহে সুস্থ মনৰ বিকাশ হব পাৰে, তেনে এক উদ্দেশ্য আগত ৰাখি ল ছোৱালীৰ প্ৰতি লক্ষ্য ৰাখি উক্ত প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষক হিচাপে থাকে Sifu  Gautam DAS.Guwahati, N. Zentho Awomi নাগালেণ্ডৰ  আৰু লামডিঙৰ  Sifu Biplab Acharjee প্ৰশিক্ষণ প্ৰদান কৰে।

 মূখ্য প্ৰশিক্ষক গৌতম দাসে কয় যে স্বাস্থ্য সুস্থ ৰখাৰ লগতে মহিলা সকলৰ বাবে উক্ত সমৰকলা অতিকৈ প্ৰয়োজন বুলি সংবাদ মাধ্যমক প্ৰকাশ কৰে৷
অসমৰ বিভিন্ন প্ৰান্তাৰ পৰা অহা বিশিষ্ট বেক্তি সকলৰ উপস্থিতিত প্ৰশিক্ষণ শিবিৰত পাছ কৰা ছাত্ৰক ব্লেক বেল্ট, আৰু প্ৰশিক্ষণ শিবিৰত পাছ কৰা ছাত্ৰ- ছাত্ৰীক বিভিন্ন ৰঙৰ বেল্টৰ লগতে প্ৰমান পত্ৰ আৰু মেডেল প্ৰদান কৰা হয়।

 উক্ত অনুষ্ঠানত  উপস্থিত থকা লামডিং বাসী ৰাইজ তথা প্ৰত্যেকজন Grand Master  ছাত্ৰ-ছাত্ৰীৰ উজ্জল ভৱিষ্যতৰ কামনা কৰে ৷  চৰকাৰৰ সদ ইচ্ছাৰ বাবে অসম তথা ভাৰতবৰ্ষ‌ই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলুৱৈ সকলে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰে Grand Master সকলে ৷ 

অসমৰ চুকে কোণে সোমাই থকা প্ৰতিভাৱান খেলুৱৈ সকলক আগুৱাই নিবলৈ অসমৰ প্ৰায় জিলা সমুহতে খেলৰ বাতাবৰণ সৃষ্টি কৰাৰ কথা কয় ৷ 


*লামড়িঙ* পৰা অভিষেক সৰকাৰ প্ৰতিবেদন

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা