চৰকাৰী চাকৰিয়াল তথা বাৰ্ষিক এক লাখ টকা আয় কৰা লোকক ৰেচন কাৰ্ড ঘূৰাই দিয়াৰ আহ্বান গোৱালপাৰা জিলা প্ৰশাসনৰ

ৰেচন কাৰ্ড সন্দৰ্ভত গোৱালপাৰা জিলা প্ৰশাসনৰ বিশেষ ঘোষণা ৷ যিসকল লোকৰ বাৰ্ষিক আয় এক লাখৰ অধিক আৰু যিসকল লোকৰ চৰকাৰী চাকৰি আছে তেওঁলোকক শীঘ্ৰে ৰেচন কাৰ্ড জমা দিবলৈ আহ্বান জিলা প্ৰশাসনৰ ৷ আজি কৃষ্ণাই বজাৰত মাইকিঙৰ জৰিয়তে কৰা এক ঘোষনা অনুসৰি যিসকল লোক চৰকাৰী পেঞ্চনধাৰী বা ব্যক্তিগত চাৰি চকীয়া বাহনৰ মালিক তেওঁলোকেও ওভতাই দিব লাগিব ৰেচন কাৰ্ড ৷ জিলা প্ৰশাসনে আগন্তুক ১৫ চেপ্তেম্বৰৰ ভিতৰত জিলা উপায়ুক্ত কাৰ্যালয়ত থকা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ কাৰ্যালয়ত স্বেচ্ছাই জমা দিবলৈ আহ্বান জনাইছে ৷


কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ,first news report

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা