অবৈধ বালি কঢ়িয়াই অনাৰ সময়ত দুখন ট্ৰাক জব্দ লামডিঙ আঞ্চলিক বন বিভাগৰ

 লামডিঙ আঞ্চলিক বন বিভাগৰ বৃহৎ সফলতা ।

অবৈধ বালি কঢ়িয়াই অনাৰ সময়ত দুখন ট্ৰাক জব্দ। 

আটকাধিন ট্ৰাকৰ নম্বৰ AS - 09 -  C 2623  । আন এখনৰ  নম্বৰ  AS H 475 
জানিব পৰা মতে দক্ষিণ লামডিঙ পঞ্চায়তৰ অন্তৰ্গত বৰ বস্তিৰ  যোৱাৰ সময়ত ৰেলৱে পাম্প ওচৰত থকা মান্দাৰ দিচা নদীৰ পাৰ অবৈধ বালু কঢ়িয়াই অনাৰ সময়ত লামডিঙ আঞ্চলিক বন বিষয়াই বালি ভৰ্তি  ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়।

লামডিঙৰ পৰা অভিষেক সৰকাৰ ৰিপৰ্ট।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা