ৰাষ্ট্ৰীয় পয্যায়ত পুনৰ বাৰ জিলিকিল শিৱসাগৰ জিলাৰ কালুগাৱৰ গিৰিন্দ দত্ত

ফাৰ্ষ্ট নিউজ ৰিপৰ্ট শিৱসাগৰ , ২ জুলাই : সদৌ অসম কুং - ফু ফেডাৰেচনে (All Assam Kung-fu Federation ) য়ে আয়োজন কৰা National on line Kung - fu TAOLU championship 18 years above open প্ৰতিযোগিতাত অসমৰ হৈ শিৱসাগৰ জিলাৰ পৰা গিৰিন্দ দত্তই অংশ গ্ৰহণ কৰি তৃতীয় স্থান লাভ কৰি  Bronze medel আজুৰি আনি  শিৱসাগৰ জিলাখনৰ লগতে অসমলৈ গৌৰৱ কঢ়ীয়াবলৈ সক্ষম হয় | উক্ত National on line Kung fu TAOLU championship ১৮ বছৰ উদ্ধ মুকলি প্ৰতিযোগিতাখনিত দেশৰ অসম , মহাৰাষ্ট্ৰ , কেৰেলা , টামিলনাডু , উত্তৰ প্ৰদেশ ,
মনিপুৰ  আদি ৰাজ্যৰ পৰা  মুঠ ১৪৯ গৰাকী   প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল | National on line Kung fu TAOLU championship 18 years above open  প্ৰতিযোগিতাত অসমৰ হৈ অংশগ্ৰহণ কৰা শিৱসাগৰ জিলাৰ কালুগাঁও গায়ন গাৱৰ Master Girindra Dutta য়ে তৃতীয় স্থান দখল কৰি Bronze medel লাভ কৰি গৌৰৱ অৰ্জন কৰে । 

শিৱসাগৰৰ পৰা অপূৰ্ব্ব ভূঞা ফাৰ্ষ্ট নিউজ ৰিপৰ্ট

Comments

Post a Comment

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা