দু: খৱৰ : নামৰূপ থানাৰ মহিলা কণিষ্টবলৰ কৰোণাত মৃত্যু

নামৰূপৰ পৰা বেদাংগ শইকীয়া : পুনৰ কোভিদ-১৯ ত আক্ৰান্ত হৈ মৃয্যু হল এগৰাকী মহিলা আৰক্ষীৰ। নামৰূপ আৰক্ষী থানাত কৰ্মৰত মহিলা আৰক্ষী কনিষ্টবল গৰাকীৰ নাম পুণি মেক পাল। ডিব্ৰুগড় আৰক্ষী আৰু অসম আৰক্ষীয়ে জানিবলৈ দিছে এই কথা। মহিলা আৰক্ষীগৰাকীৰ মৃত্যুত নামৰূপবাসীৰ লগতে অসম আৰক্ষীয়েও শোক প্ৰকাশ কৰিছৱ

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা