নলবাৰীৰ ঘগ্ৰাপাৰ-বৰখালাত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উদ‍্যোগত ছেনিটাইজেশ্বন

ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ২০ জুলাই*

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ঘগ্ৰাপাৰ খণ্ডৰ উদ্যোগত ৰবিবাৰে বৰখালাৰ চ'কৰ সকলো দোকানৰ লগতে বিভিন্ন ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠান, ৰাজহুৱা স্থান, স্কুল, শ্ৰীশ্ৰীলক্ষ্মীনাৰায়ণ যজ্ঞ, মনসা মন্দিৰ, ডাকঘৰ, প্ৰাথমিক স্কুল, পশ্চিম বড়িগোগ ধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়,১১ নং দেহাৰকুছি গাঁও পঞ্চায়ত বৰখালা BUSC   ক্লাৱ, পানী যোগান আঁচনি, শ্ৰীশ্ৰীলক্ষ্মীনাৰায়ণ যুৱক সংঘকে ধৰি বিভিন্ন ঠাইত ক'ৰোণা মহামাৰী সংক্ৰমণৰ বাবে ছেনিটাইজেশ্বন কৰা হয় ।

*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা