গুৱাহাটীত বিপদসীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ।

চিটি ৰিপোৰ্টাৰ : গুৱাহাটীত বিপদসীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ। ৰাজ্যত বানৰ সংহাৰী ৰূপ তথ কেবাঠাইতো হোৱা বৰষুণে বৃদ্ধি কৰিছে গুৱাহাটীৰ জলপৃষ্ঠ।
ইতিমধ্যে বাঢ়নি পানীৰ প্ৰতি দৃষ্টি ৰাখি ফেৰী সেৱা বন্ধ কৰিছে প্ৰশাসনে। ৰাজ্যৰ প্ৰায় ২৭খন জিলা বৰ্তমান পানীৰ তলত।
এই বানপানীত ৯লাখ ৯৫হাজাৰ কৃষক ক্ষতিগ্ৰস্থ হোৱাৰ লগতে প্ৰায় ১০লাখ পশুধনৰ মৃত্যু হৈছে। এই কথা সংবাদ মাধ্যমত প্ৰকাশ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা