অসম গণ পৰিষদত যোগদান বহুকেইগৰাকী নৱ-প্ৰজন্মৰ প্ৰতিনিধিৰ

lকামৰূপ জিলাৰ কমলপুৰ সমষ্টিৰ আঠগাঁও পঞ্চায়তৰ অন্তৰ্গত কুসুমপুৰত অসম গণ পৰিষদ দলে ল'কডাউনৰ সকলো নিয়ম মানি আজি এখন সভা অনুষ্ঠিত কৰে । উক্ত সভাত নৱ প্ৰজন্মৰ বহু কেইগৰাকী প্ৰতিনিধিয়ে সমষ্টিতোৰ বিধায়ক সত্যব্ৰত কলিতাৰ কৰ্মপটুতাত আকৃষ্ট হৈ অসম গণ পৰিষদ দলত যোগদান কৰে বুলি জানিবলৈ দিয়ে প্ৰতিনিধি সকলে । লগতে বিধায়ক গৰাকীয়ে কয় যে, তেওঁলোকৰ আগ্ৰহে কমলপুৰ সমষ্টিৰ লগতে অসম গণ পৰিষদ দলটোক শক্তিশালী কৰি তুলিব । 


কমলপুৰৰ পৰা চাহাব আলীৰ প্ৰতিবেদন।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা