নগাঁৱত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক এজন

llনগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৫ জুলাইঃ নগাঁও জিলাৰ বটদ্ৰৱা  আৰক্ষীৰ সাফল্য । বটদ্ৰৱাৰ ধনীয়াভেটিৰ পৰা বুজন পৰিমাণৰ ড্ৰাগছ সহ আটক এটা ড্ৰাগছ মাফিয়া ৷ ধৃত   ড্ৰাগছ মাফিয়াটো হৈছে আজিজুল ইছলামক । দীৰ্ঘদিন ধৰি ড্ৰাগছ মাফিয়াটোয়ে নিজ গৃহতেই চলাই আহিছিল ড্ৰাগছৰ ৰমৰমীয়া বেহা । সম্প্ৰতি বটদ্ৰৱা আৰক্ষীয়ে অধিক তথ্যৰ বাবে ড্ৰাগছ মাফিয়াটোক জেৰা অব্যাহত ৰাখিছে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা