নলবাৰীৰ ঘগ্ৰাপাৰৰ জাৱজাৱকুছিত ক'ৰোণা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবলৈ নামপ্ৰসঙ্গ

ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ১ আগষ্ট*

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত জাৱজাৱকুছি গাঁৱত শুক্ৰবাৰে পশ্চিম বনভাগ আঞ্চলিক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অন্তৰ্গত কৃষ্ণজ্যোতি প্ৰাথমিক শাখাৰ উদ্যোগত স্থানীয় নামঘৰ প্ৰাঙ্গনত ক'ৰোণাৰ পৰা পৰিত্ৰাণ বিচাৰি নামপ্ৰসঙ্গ কৰে । উক্ত অনুষ্ঠানত উপস্থিত থাকে পশ্চিম বনভাগ আঞ্চলিক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সভাপতি পৰেশ কলিতা আৰু জাবজাবকুছি কৃষ্ণজ্যোতি প্ৰাথমিক শাখাৰ সভাপতি সম্পাদকৰ লগতে আই মাতৃসকল ।


*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা