বিজনীত চিৰাং জিলা বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত : অসম ৰাজ্যিক বিজেপিৰ সভাপতি * ভবেশ কলিতা


দৈনিক আমাৰ প্ৰণাম চিৰাং ,
২৪ মে ,

 বিজনীস্থিত চিৰাং জিলা বিজেপিৰ কাৰ্যালয়ত জিলা BJP ৰ এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় । উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা । সভাত BTC ৰ উপাধ্যক্ষ অভিৰাম মহানায়ক, বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়, চিৰাং জিলা বিজেপিৰ সভাপতি ৰিণ্টু কুমাৰ দাস ,সূভাইঝাৰ পৰিষদীয় সমষ্টিৰ MCLA প্ৰভাত বসুমতাৰী , মানস ছেৰফাং পৰিষদীয় সমষ্টিৰ প্ৰাক্তন MCLA অতিন হাজং ,
চিৰাং জিলা বিজেপিৰ সাধাৰণ সম্পাদক * ভাস্কৰ মণ্ডল ,
চিৰাং জিলা ST মৰ্চাৰ সভাপতি মুছুকা বসুমতাৰী , চিৰাং জিলা OBC মৰ্চাৰ সভাপতি নন্দেশ্বৰ চৌধুৰী , চিৰাং জিলা SC ৰ মৰ্চাৰ নেতা কৰ্মী সকলৰ লগতে বিজেপিৰ দলৰ  বিভিন্ন পদবীত থকা ব্যাক্তিসকলে উপস্থিত থাকে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা