গোসাইগাঁওৰ মাটিয়াপাৰাত চুলাই মদৰ ঘাটি উচ্ছেদঃ৪০০ কেজি মদৰ চাউলৰ লগতে ৮০ কেজি চুলাই মদ বিনষ্ট।



শ্ৰীৰামপুৰ গোসাইগাঁও,২৪ মে: আৰক্ষীয়ে সমগ্ৰ ৰাজ্যজুৰি  ড্ৰাগছ,গাঞ্জাৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তোলাৰ সময়তে আজি বিয়লী ১ নং মাটিয়াপাৰা গাঁওত সাপকাটা আৰক্ষী   চকীৰ ভাৰপ্ৰাপ্ত বিষয়া শিৱ প্ৰসাদ 
কলিতাৰ নেতৃত্বত ৫ খন ঘৰত অভিযান  চলাই  ৪০০ কেজি  মদৰ চাউলৰ লগতে ৮০ চুলাই মদ বিনিষ্ট কৰে।লগতে চুলাই মদৰ ঘাটি সমুহ উচ্ছেদ 
কৰে।উল্লেখ যে,চুলাই মদৰ ঘাটি উচ্ছেদ কৰাৰ লগতে  পৰৰ্বতী সময়ত যাতে এনে মদ বনোৱাৰ পৰা বিৰত থাকে তাৰ বাবে ঘৰৰ মালিকক জাননী দিয়ে ।চুলাই মদৰ ঘাটি উচ্ছেদ কৰা এনে কাৰ্যক অঞ্চলটোৰ ৰাইজে সাপকাটা আৰক্ষী চকীৰ আৰক্ষীক শলাগ লোৱা দেখা যায়।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা