মহানগৰবাসীৰ বাবে সুখবৰ! শীঘ্ৰে দূৰ হ’ব মহানগৰবাসীৰ পানীৰ সমস্যা

মহানগৰবাসীৰ বাবে সুখবৰ। শীঘ্ৰে দূৰ হ’ব মহানগৰবাসীৰ পানীৰ সমস্যা। কিয়নো ডিচেম্বৰ মাহত মুকলি হ’ব উত্তৰ গুৱাহাটী আৰু দক্ষিণ গুৱাহাটী JICA প্ৰজেক্ট। উত্তৰ গুৱাহাটীৰ জাইকা পানী প্ৰকল্প পৰিদৰ্শনৰ বাবে উপস্থিত JICAৰ তিনি জাপানী প্ৰতিনিধি।উত্তৰ গুৱাহাটী মাজগাঁৱৰ JICA প্ৰকল্প পৰিদৰ্শন কৰি সন্তুষ্টি প্ৰকাশ কৰে জাপানৰ প্ৰতিনিধি দলটোৱে।
সোমবাৰে পুৱাই উপস্থিত হয় জাপানৰ চাইটো মিটচো নেৰি, আসানী কেংগু আৰু ওৱাটা নেবু এৰোচো। তন্ন তন্নকৈ পৰীক্ষা কৰিলে উত্তৰ গুৱাহাটীৰ অশ্বক্লান্ত পাহাৰৰ জাইকা প্ৰজেক্টl লগত উপস্থিত থাকে জল ব’ৰ্ডৰ অধ্যক্ষ পঞ্চমী চৌধুৰী।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা