তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ বাবে গোৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালযত নোডেল শিক্ষক আৰু লিয়াইচন বিষয়াক প্ৰশিক্ষণ



গোৰেশ্বৰ-২৪মেঃ

তামুলপুৰ জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত গোৰেশ্বৰ অঞ্চলৰ অগ্ৰণী শিক্ষানুষ্ঠান গোৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালযত তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ নোডেল শিক্ষক আৰু লিয়াইচন বিষয়াক প্ৰশিক্ষণ প্ৰদান কৰা হয় ।উল্লেখ যে আগন্তুক ১,২,৩আৰু ৪ জুনত হ'বলগীয়া তৃতীয় পৰ্যায়ৰ গুণোৎসৱ উপলক্ষে আজি প্ৰায় দুশজন  নোডেল শিক্ষক আৰু লিয়াইচন বিষয়াৰ মাজত প্ৰশিক্ষণ অনুষ্ঠানটি অনুষ্ঠিত কৰা হয়।ইপিনে উক্ত অনুষ্ঠানৰ তত্বাৱধায়ক হিচাপে উপস্থিত থাকে CRCC মনেশ্বৰ ভৰালী আৰু প্ৰশিক্ষণ অনুষ্ঠানটি শুভ উদ্বোধন কৰে গোৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালযৰ অধ্যক্ষ বিশ্ব কুমাৰ ডেকাই ।

 গোৰেশ্বৰৰ পৰা ৰঞ্জিত ৰাজবংশী

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা