Kokrajhar Encounter | কোকৰাঝাৰৰ ছালাকাটিত এনকাউণ্টাৰ, আৰক্ষীৰ গুলীত আহত ধৰ্ষণ কাণ্ডত অভিযুক্ত

কোকৰাঝাৰৰ ছালাকাটিত নিশা এনকাউণ্টাৰ৷ আৰক্ষীৰ গুলীচালনাত আহত হয় আফৰুদ্দিন নামৰ এজন ধৰ্ষণ কাণ্ডত অভিযুক্ত যুৱক৷ ২৩ মে’ৰ সন্ধিয়া ছালাকাটিৰ ঢোলমাৰা অঞ্চলত সংঘটিত দলবদ্ধ ধৰ্ষণৰ সৈতে জড়িত আছিল আফৰুদ্দিন৷ আৰক্ষীৰ পিষ্টল কাঢ়ি পলায়নৰ চেষ্টা চলাওঁতেই গুলীচালনা কৰে আৰক্ষীয়ে। গুলীবিদ্ধ আফৰুদ্দিন সম্প্ৰতি কোকৰাঝাৰ আৰএনবি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা