Guwahati: মাত্ৰ ৩০ মিনিটমানৰ এজাক বৰষুণ আৰু তাৰ পিছৰ দৃশ্য এয়া! গুৱাহাটী মহানগৰীত কৃত্ৰিম বানৰ তাণ্ডৱ! প্লাৱিত বহু পথ-উপপথ, তীব্ৰ যানজঁট

বুধবাৰে মাত্ৰ ৩০ মিনিটৰ বাবে অহা এজাক বৰষুণৰ ফলত এতিয়া পানীৰ তলত বহু পথ-উপপথ। বানৰ ফলত এতিয়া তীব্ৰ যানজঁটৰ সৃষ্টি হৈছে।
ইফালে বানৰ ফলৰ সমস্যাৰ সন্মুখীন হৈছে সাধাৰণ জনতা। যাতায়াত স্তব্ধ হৈ পৰিছে বহুকেইটা মূল পথত। চানমাৰি, জু-ৰোড, ভিআইপি ৰোড, নুনমাটি বিভিন্ন অঞ্চল পানীৰ তলত।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা