শিৱসাগৰ পৌৰসভাত চাফাই কৰ্মীৰ প্ৰতিবাদ

শিৱসাগৰ পৌৰসভাত চাফাই কৰ্মীৰ প্ৰতিবাদ

ফাৰ্ষ্ট নিউজ ৰিপৰ্ট শিৱসাগৰ , ৫ মাৰ্চ : প্ৰাপ্য অধিকাৰ বিচাৰি পৌৰসভাৰ প্ৰৱেশদ্বাৰ বন্ধ কৰি প্ৰতিবাদ দুই শতাধিক চাফাই কৰ্মীৰ

কেৱল বিদেশ ভ্ৰমণ নহয়,আমাৰ দৰে সৰু মানুহলৈও অকণমান চাওঁক— প্ৰধানমন্ত্ৰীলৈ বেনাৰ ওলমাই আহ্বান  ৷  ধূপ-ধূনাৰে প্ৰধানমন্ত্ৰীৰ সুদৃষ্টি কামনাৰে প্ৰাৰ্থনা

শিৱসাগৰ পৌৰসভাৰ পৌৰনেত্ৰী মৃদুস্মিতা সিনহাৰ বিৰোদ্ধে চাফাইকৰ্মীক ঘৃণা কৰাৰ অভিযোগ ৷ উত্থাপন চাফাই কৰ্মীক শোষণ কৰাৰ অভিযোগ ৷

শ্ৰম বিষয়াই পৌৰসভাৰে মিলি চাফাই কৰ্মীক শোষণৰ অভিযোগ পৌৰসভাৰ চাফাইকৰ্মীৰ |
প্ৰাপ্য বেতন, অন্যান্য সুবিধা আদায়ৰ দাবীত ধৰ্মঘটৰ হুংকাৰ

Comments