দেশৰ প্ৰধানমন্ত্ৰীৰ আহ্বান জনতা কাৰ্ফিউত জনশূন্য শিৱসাগৰ

দেশৰ প্ৰধানমন্ত্ৰীৰ আহ্বান জনতা কাৰ্ফিউত  জনশূন্য শিৱসাগৰ

ফাৰ্ষ্ট নিউজ ৰিপৰ্ট শিৱসাগৰ , ২২ মাৰ্চ : বিশ্বত্রাস ক'ৰনা ভাইৰাচ সংক্ৰমিত প্ৰতিৰোধ কল্পে দেশৰ প্ৰধানমন্ত্ৰীৰ আহ্বানক সঁহাৰি জনায় সমগ্ৰ দেশৰ লগতে শিৱসাগৰবাসীয়েও পালন কৰিলে জনতা কাৰ্ফিউ । শিৱসাগৰৰ সকলো দোকান পোহাৰ কাৰ্যালয় আদি বন্ধ থকাৰ লগতে শিৱসাগৰৰ ৰাজপথ জনশূন্য হৈ পৰা দেখা যায় ।
আনহাতে জনতাৰ কাৰ্ফিওৰ মাজতে শিৱসাগৰৰ দুই যুৱকৰ প্ৰশংসনীয় কাৰ্য । এই দুই যুৱকে নিজা খৰচত জনসমাগম হোৱা স্থানত ডেটল, ফেনাইল, স্প্ৰিট  আদি চটিয়াই ক'ৰনা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে । ইছমাইল তামুলী আৰু ৰাজ আহমেদ নামৰ এই দুই যুৱকৰ কাৰ্যত সকলোৱে প্ৰশংসা কৰিছে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা