Breaking ::: ডিব্ৰুগড়ত সংঘটিত হৈছে অগ্নিকাণ্ড
ডিব্ৰুগড়ত সংঘটিত হৈছে অগ্নিকাণ্ড। দূৰদৰ্শন কেন্দ্ৰৰ সমীপত বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হৈছে। নলা খান্দি থকা অৱস্থাত হঠাৎ অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছে।
গেছ কোম্পানীৰ গেছ পৰিবাহী পাইপ কটাৰ পাছতে আগুৰি ধৰিছে জুইয়ে। বৰ্তমানলৈ সৱিশেষ জানিব পৰা হোৱা নাই।
Comments
Post a Comment