সৰ্থেবাৰীত যুৱতীৰ মৃতদেহ উদ্ধাৰ Get link Facebook X Pinterest Email Other Apps March 14, 2020 সৰ্থেবাৰীত যুৱতীৰ মৃতদেহ উদ্ধাৰ। সৰ্থেবাৰীৰ আমৃখোৱাত পুখুৰীত পৰি থকা অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহটো। যুৱতী গৰাকীৰ নাম ভাৰতী নায়ক বুলি জানিব পৰা গৈছে। Get link Facebook X Pinterest Email Other Apps Comments
অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান May 10, 2020 অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান:: কাজিৰঙাৰ পৰা পলিমা চেতিয়া বসুমতাৰী, ১০ মে’: ক’ৰণা ভাইৰাচৰ সংক্ৰমনৰ পৰিপ্ৰেক্ষিতত বিদ্যালয় বন্ধ হৈ পৰাত ছাত্ৰ-ছাত্ৰী উপকৃত হোৱাকৈ অসম চৰকাৰে বিশেষ ভাবে প্ৰৱৰ্তন কৰা চৰকাৰী পদক্ষেপ সমূহ গোলাঘাট জিলা জিলা মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক গ্ৰহণ কৰিবলৈ গোলাঘাট জিলা বিদ্যালয়সমুহৰ পৰিদৰ্শকে আহ্বান জনাইছে৷উল্লেখ্য যে নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বিজ্ঞান আৰু গণিত বিষয়ৰ এটা শিক্ষা অনুষ্ঠান প্ৰত্যেক সোমবাৰ,মঙ্গলবাৰ,বৃহস্পতিবাৰ আৰু শুক্ৰবাৰে পুৱা ১০বজাৰ পৰা ১১-১৫ বজালৈ দুৰদৰ্শন কেন্দ্ৰৰ যোগেদি সম্প্ৰচাৰ কৰা হৈছে৷ইফালে ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে 'বিশ্ব বিদ্যা অসম’ নামেৰে ইউটিউব চেনেলৰ সহায়ত সাধাৰণ বিজ্ঞান,সাধাৰণ গণিত, ইংৰাজী শব্দ ভাণ্ডাৰ আৰু ব্যাকৰণ পাঠদানৰ ব্যৱস্থা কৰিছে অসম চৰকাৰৰ শিক্ষা বিভাগে৷বিশ্ব বিদ্যা অনুষ্ঠানৰ অধীনত প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ অসমীয়া আৰু ইংৰাজী ভাষাত বিজ্ঞান,সমাজ বিজ্ঞান আৰু পৰিৱেশ বিজ্ঞানৰ ওপৰত উচ্চ প্ৰাথমিক পৰ্যা... Read more
শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু May 30, 2020 ফাৰ্ষ্ট নিউজ ৰিপৰ্ট শিৱসাগৰ ৩০ মে : শিৱসাগৰ নগৰৰ নিচেই কাষৰীয়া ২নং চাউলকৰা বামবাৰী গাঁৱৰ এজন সেনাৰ যোৱানৰ মৃত্যয়ে অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰিছে | জানিব পৰা মতে বৰ্তমান কাশ্মীৰত কৰ্মৰত সেনাৰ যোৱানজন কি পৰিস্থিতিত পৰি মৃত্যুক আকোৱালী ললে তাক সঠিক খবৰ ইতিমধ্যে পৰিয়ালটোৱেও দিবলৈ অসমৰ্থ | শিৱসাগৰৰ ২নং চাউলকৰা বামবাৰী গাৱৰ শ্ৰী কমল লাহন আৰু জুৰী লাহনৰ জেষ্ঠ পুত্র ভাৰতীয় সেনাৰ মৃত যোৱান ৰাজীৱ লাহনে যোৱা ২০০৭ চনত সেনাৰ যোৱান ৰূপে চাকৰিত অংশগ্ৰহন কৰিছিল | অতী মৰম লগা মুখৰ মৃত যোৱান ৰাজীৱ লাহনে ২০১৩ চনত চায়ামণী লাহনৰে বিবাহ পাশত আবদ্ধ হৈ তেওঁলোকৰ মাজলৈ সম্প্ৰতি ৫ বছৰীয়া ইলিষ্টিনা লাহন আৰু ৩ বছৰীয়া আলীয়া লাহনক পুত্ৰী ৰূপে পাত্র সুখেৰে জীৱন কাল পাৰ কৰি আহিছিল | পৰিয়লটোলৈ কালি আবেলি ৪ মান বজাত হঠাৎ নামি আহিন কাল অমানিশা | সেনাৰ তৰফে বিয়লি ৪ মান বজাত এটা ফোনকলেই ২নং চাউলকৰা বামবাৰীৰ কমল লাহনৰ পৰিয়ালটোলৈ আনিলে সেই কোনো দিনে নিবিচৰা মৰ্মান্তিক তথা বেদনাদায়ক ৰাজীৱ লাহনৰ মৃত্যুৰ খবৰ | সেনাৰ পৰা পোৱা খবৰ অনুসৰি ৰাজীৱ লাহনৰ মৃতদেহ অহা কালিলৈ অথাাৎ ৩১ মেত স্বগৃহ পা... Read more
মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা April 10, 2020 গোৱালপাৰাৰ ক’ভিড ১৯ মহামাৰী প্ৰতিৰোধী ব্যৱস্থাৰ বুজ ল’লে মুখ্যমন্ত্ৰীয়েঃউপায়ুক্ত বৰ্ণালী ডেকাৰ মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ১০,৮০,৫৭৯ টকা ------------- লক ডাউন অব্যাহত থকাৰ মাজতে আজি গোৱালপাৰা জিলাত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ মুখ্যমন্ত্ৰী সোণোৱালে আজি গোৱালপাৰাত উপস্থিত হৈ ক’ভিড ১৯ মহামাৰী প্ৰতিৰোধ আৰু লক ডাউনৰ সময়ছোৱাত গোৱালপাৰা জিলা প্ৰশাসনে লোৱা পদক্ষেপ সমূহৰ বুজ লয় ৷ গোৱালপাৰাত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে পোণতে গোৱালপাৰা মহাবিদ্যালয়ত জিলা প্ৰশাসনে সাজু কৰি ৰখা কোৱাৰাইন্টেন চেন্টাৰটো পৰিদৰ্শন কৰে ৷ মুখ্যমন্ত্ৰীয়ে কোৱাৰেন্টাইন চেন্টাৰত উপলব্ধ কৰোৱা সা-সুবিধা খিনি প্ৰত্যক্ষ কৰি সন্তোষ প্ৰকাশ কৰে ৷ ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে গোৱালপাৰা জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন, স্বাস্থ্য বিভাগ, খাদ্য আৰু অসামৰিক যোগান বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ, কৃষি বিভাগ, পশুপালন বিভাগ, পৰিবহণ বিভাগ আৰু শক্তি বিভাগৰ বিষয়া সকলৰ লগত এখন সভাত অংশ গ্ৰহণ কৰে ৷ এই সভাত ক’ভিড ১৯ মহামাৰীৰ ক্ষেত্ৰত গোৱালপাৰা জিলা প্ৰশাসনে লোৱা পদক্ষেপ সমূহৰ খতিয়ান... Read more
Comments
Post a Comment