উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত বিজ্ঞান শাখাৰ প্ৰথম দহটা স্থানত

প্ৰথম স্থান ৪৮৬
অবিনাশ কলিতা, আনন্দৰাম বৰুৱা একাডেমি, বৰপেটা

দ্বিতীয় স্থান ৪৮২
নয়িমা ফিৰদুছ বৰভূঞা, কনচেপ্ট জুনিয়ৰ কলেজ, নগাঁও

তৃতীয় স্থান ৪৮১
প্রীতপল বেজবৰুৱা, সাই বিকাশ জুনিয়ৰ কলেজ, কামৰূপ (মেট্রো)

চতুৰ্থ স্থান ৪৭৯
নিবিড় ডেকা, আনন্দৰাম বৰুৱা একাডেমি, বৰপেটা
সাগৰ গোৱালা, ৰামানুজন জুনিয়ৰ কলেজ, নগাঁও

পঞ্চম স্থান ৪৭৮
আশিস কুমাৰ গাৰ্গ, ৰামানুজন জুনিয়ৰ কলেজ, নগাঁও

ষষ্ঠ স্থান ৪৭৭
অৰ্জুন বুঢ়াগোঁহাই, ছল্ট ব্রুক একাডেমি, ডিব্ৰুগড়
আয়ুষী কাব্রা, সাই বিকাশ জুনিয়ৰ কলেজ, কামৰূপ (মেট্রো)
ব্ৰেনজিত হাজৰিকা, ৰামানুজন জুনিয়ৰ কলেজ, নগাঁও

সপ্তম স্থান ৪৭৬
শুভাশিষ ভৌমিক, গোৱালপাৰা কলেজ, গোৱালপাৰা
অম্লানজ্যোতি পেগু, ৰামানুজন জুনিয়ৰ কলেজ, নগাঁও
স্ববনম গুঞ্জন বৰা, ৰামানুজন জুনিয়ৰ কলেজ, নগাঁও
বিভাষ কাফল, তেজপুৰ বেংগলি বয়জ উঃ মাঃ বিদ্যালয়, শোণিতপুৰ
অংশুমালী শর্মা, তেজপুৰ বেংগলি বয়জ উঃ মাঃ বিদ্যালয়, শোণিতপুৰ

অষ্টম স্থান ৪৭৫
মণিৰুল ইছলাম, ৰামানুজন জুনিয়ৰ কলেজ, নগাঁও
চিন্ময় নাথ, ৰামানুজন জুনিয়ৰ কলেজ, নগাঁও
অমিষা সিংহ, ৰামানুজন জুনিয়ৰ কলেজ, নগাঁও
হিমাঞ্জলি বুঢ়াগোঁহাই, ৰামানুজন জুনিয়ৰ কলেজ, নগাঁও

নৱম স্থান ৪৭৪
আছিফা নাজনীন লস্কৰ, মাৰিয়ম আজমল উইমেনছ কলেজ অব্ ছায়েন্স এণ্ড টেকন’লজি, হোজাই
উৎপলৰাজ কেম্প্রাই, ৰামানুজন জুনিয়ৰ কলেজ, নগাঁও
শিৱাণুজ বৰকটকী, অৰুণোদয় একাডেমি,  শিৱসাগৰ

দশম স্থান ৪৭৩
কুণাল তালুকদাৰ, আনন্দৰাম বৰুৱা একাডেমি, বৰপেটা
অভিজিৎ চৌধুৰী, কৃষ্ণকান্ত সন্দিকৈ জুনিয়র কলেজ, বৰপেটা
ইফতিকাৰ আহমেদ, ৰামানুজন জুনিয়ৰ কলেজ, নগাঁও
অংকিতা শইকীয়া, ৰামানুজন জুনিয়ৰ কলেজ, নগাঁও

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা