১৫৫ নং চি আৰ পি এফ বেটেলিয়ান কেম্পত আন্ত : ৰাষ্ট্ৰীয় যোগ দিৱস পালন

গোলাঘাট ২১ জুন :--- আজি  দেশ জুৰি পালন কৰিছে ষষ্ঠ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। সেই উপলক্ষে  বোকাজানত অৱস্থিত ১৫৫ নং চি আৰ পি এফ ৰ বেটেলিয়ান কেম্পতো পালন কৰে  এই যোগ দিৱসটি ।  বেটেলিয়ান কামাণ্ডেন্ট মুকেশ ত্যাগীয়ে নেতৃত্ব দিয়া এই কেম্পত কৰ'না মহামাৰীক প্ৰতিহত কৰিবলৈ  সম্পূৰ্ণৰূপে চৰকাৰী লকডাউন নীতি - নিৰ্দেশনা মানি সামাজিক দূৰত্ব বজাই ৰাখি পালন কৰাৰ লগতে  বাহিনী শীৰ্ষ বিষয়া সহ জোৱান সকলে অংশ গ্ৰহণ কৰে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা