কলা শাখাত প্ৰথম নগাঁৱৰ শ্ৰদ্ধা বৰগোহাই

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৫ জুনঃ উচ্চতৰ মাধ্যমিকৰ ফলাফলত কলা শাখাত প্ৰথম স্থান লাভ কৰিছে নগাঁৱৰ  ৰামানুজন কনিষ্ঠ মহাবিদ্যালয় ছাত্ৰী শ্ৰদ্ধা বৰগোহাইয়ে। তেওঁ লাভ কৰিছে সৰ্বমুঠ ৪৮১ নম্বৰ ৷ আজি ঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত ৯৭ শতাংশ নম্বৰেৰে নগাঁও কামপুৰৰ শ্ৰদ্ধা বৰগোঁহাইয়ে ক'লা শাখাত অসমৰ ভিতৰত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে । 
 শ্ৰদ্ধা এগৰাকী সু-গায়িকা, ২০১৮ চনত সূৰ্য্যোদয়ৰ উদ্যোগত অনুস্থিত হোৱা সদৌ অসম ভিত্তিত সংগীত প্রতিযোগিতা "সুৰৰ নিজৰা" ত শ্রদ্ধাই  1st Runners-up ৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছিল, শ্রদ্ধালৈ অভিনন্দন জনালো আৰু উজ্বল ভবিষ্যত কামনা কৰিলো |

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা