কমলপুৰৰ পানীটেমা গাৱত হোম কোৱাৰেন্টাইন হৈ থকা লোকক সাহায্য বিতৰণ

কমলপুৰ বিধান সভা সমষ্টিৰ বোৰ্কা-সাতগাঁও পঞ্চায়তৰ অন্তৰ্গত পানীটেমা গাৱঁত হোম কোৱাৰেন্টাইন হৈ থকা ৩০ টা পৰিয়ালক কমলপুৰ মণ্ডল কমিটিৰ তৰফৰ পৰা কিছু অত্যাবশ্যকীয় খাদ্য সামগ্রী বিতৰণ কৰা হয়  আৰু বিতৰণত অংশগ্রহণ কৰে ৰাজ্যিক কাৰ্যনিৰ্বাহক দিগন্ত কলিতা, উত্তৰ কামৰূপ জিলাৰ সাধাৰণ সম্পাদক ডা: হৃদয় কুমাৰ দাস, কমলপুৰ মণ্ডল সভাপতি কুমুদ কাকতি, কমলপুৰ মণ্ডলৰ আই টি ছেলৰ আহ্বায়ক প্ৰণৱ কলিতা , বোৰ্কা-সাতগাঁও পঞ্চায়তৰ সভানেত্রী শ্ৰীমতী সবিতা কলিতাৰ লগতে উপস্থিত থাকে কমলপুৰ মণ্ডলৰ কাৰ্যকৰ্তা সকল।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা