টাটা মটৰছৰ "ইণ্ডিয়া কি দুচৰি দিৱালী"শীৰ্ষক প্ৰচাৰ অভিযান মুকলি



 ষ্টাফ ৰিপ'ৰ্টাৰ,,,২৫ নৱেম্বৰ
ভাৰতৰ উৎসৱৰ হৰ্ষ উল্লাসক দুগুণ মাত্ৰা প্ৰদান কৰি ভাৰতৰ আগশাৰীৰ ব্যৱসায়িক বাহন উৎপাদনকাৰী কোম্পানী টাটা মটৰছে ইয়াৰ নতুন প্ৰচাৰ অভিযান "ইণ্ডিয়া কি দুচৰি দিৱালী"ঘোষণা কৰিলে। এই অফাৰৰ অধীনত সৰু ব্যৱসায়িক বাহন আৰু পিক আপ ৰেঞ্জৰ গ্ৰাহক সকলে লাভ কৰিব আকৰ্ষণীয় ক্রেতা অফাৰৰ লগতে এক নিশ্চিত উপহাৰ লাকী ড্ৰ'ৰ দ্বাৰা। এই বাম্পাৰ অফাৰত আছে ৫ লাখ টকাৰ সোণৰ ভাউচাৰৰ পৰা এলইডি টিভি ৱাশ্বিং মেচিন আৰু বহুতো। এই বিশেষ অফাৰ ৩০ নবেম্বৰ ২০২০ লৈ থাকিব। এই সন্দৰ্ভত টাটা মটৰছৰ ব্যৱসায়িক বাহনৰ বিজনেছ ইউনিটৰ চেলছ আৰু মাৰ্কেটিংৰ উপ-সভাপতি ৰাজেশ কয়ল কৌল এ কয়"-টাটা মটৰছে ইয়াৰ ঐতিহ্য গঠন কৰিছে গ্ৰাহকৰ সৰ্বোচ্চ স্বাৰ্থক কেন্দ্ৰীয় স্থানত ৰাখি। টাটা মটৰছত উদ্যোগৰ শ্ৰেষ্ঠ উৎপাদিত সামগ্রী আৰু সেৱা প্ৰদানত প্ৰাধান্য দিয়া হয়। "ইণ্ডিয়া কি দুচৰি দিৱালী প্ৰচাৰ অভিযানে যোৱা বছৰ ব্যাপক সঁহাৰি লাভ কৰিছিল আৰু আমি ইয়াক এই বৰ্ষতো পুনৰাই আনি গ্ৰাহকৰ মাজত আৰু অধিক উল্লাস যোগ কৰি সুখী অনুভৱ কৰিছো।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা