মহানগৰীৰ কুমাৰপট্টিৰ প্লেনেট ফেশ্বনত উৎসৱ-শীতকালৰ বস্ত্ৰ সম্ভাৰ মুকলি




ষ্টাফ ৰিপৰ্টাৰ,,,৭ অক্টোবৰ
মহানগৰীৰ কুমাৰ পট্টিত  থকা প্লেনেট ফেশ্বনে গ্ৰাহকৰ বাবে মুকলি কৰিছে নতুনত্বৰ সংযোজন ঘটোৱা আতকধুনীয়া বস্ত্ৰ সম্ভাৰ। শীতকাল আৰু উৎসৱৰ লগত সংগতি ৰাখি প্লেনেট ফেশ্বনে গ্ৰাহকৰ বাবে বাম্পাৰ অফাৰৰ লগতে নতুন নতুন সাজ-পোছাকৰ সংযোজন ঘটাইছে। এই সন্দৰ্ভত প্লেনেট ফেশ্বনৰ শ্বত্বাধিকাৰী অজয় বাৰ্মাই কয়"- আগন্তুক দিপাৱলী আৰু বিবাহ ঋতুৰ প্ৰতি লক্ষ্য ৰাখি পুৰুষৰ বাবে নতুন বস্ত্ৰ সম্ভাৰ উপলব্ধ কৰা হৈছে। উক্ত শ্ব ৰুমটোত লুইছ ফ্লিপ, ভান হিউছেন, এলেন ছলী, পীটাৰ ইংলেণ্ড আদি কৰি বিভিন্ন ধৰণৰ সাজ-পোছাক উপলব্ধ হৈছে। তদুপৰি উক্ত শ্ব'ৰুমটোত মহিলা সকলৰ বাবে আছে বিভিন্ন ধৰণৰ সামগ্রী। উল্লেখযোগ্য যে, এগৰাকী গ্ৰাহকে ১৯৯৯৯ টকাৰ সামগ্রী  ক্ৰয় কৰিলে ৫০০০ টকাৰ অতিৰিক্তভাৱে সাজ-পাৰ ক্ৰয় কৰাৰ সুবিধা লাভ কৰিব।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা