ডিমাকুছিত অখণ্ড ভাগৱত পাঠৰ সামৰণি । দিনযোৰা কাৰ্যসূচীৰে ভাগৱত লৈ বিশাল শোভাযাত্ৰাৰে সমাপ্তি

ডিমাকুছি  , ২৪ নৱেম্বৰ :--
 # ভেৰগাৱৰ ডিমাকুছিত ২ নং সোণাজুলিত অৱস্থিত শ্ৰী শ্ৰী হৰি মন্দিৰত বিশ্ব শান্তি তথা সমূহ ৰাইজৰে অপায় অমংগল দূৰ কৰি  ৰাইজৰ মঙ্গলৰ অৰ্থে মাহ যোৰা ভাগৱত পাঠ কৰে ।
# আজি ভাগৱত পাঠৰ সামৰণি অনুষ্ঠানত ৰাতিপুৱাৰে পৰা দিনযোৰা কাৰ্যসূচীৰে প্ৰায় ৫  কি:মি: ৰাস্তা ভাগৱত শোভাযাত্ৰা উলিয়াই । 
# ২ নং সোণাজুলি আৰু ত নং ডিমাকুছি গাঁৱৰ লোক সকলে মিলি এই ভাগৱত পাঠ অনুষ্ঠানৰ পৰায় সকলো জাতি ধৰ্ম মিলি একতাৰে সমগ্ৰ বিশ্বতে কটায় অমঙ্গল দূৰ কৰি সুখ শান্তিৰে জীয়াই থাকিবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় । 
____________________________
ডিমাকুছি ৰ পৰা ,
পিংকু কলিতা

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা