চাৰ্কিট চিটি গ্ৰাহকৰ এল জি ৰ এক লাখ টকাৰ ৰেফ্ৰিজাৰেটৰ লাভ




ষ্টাফৰিপোৰ্টাৰ, ২ নৱেম্বৰ :
চাৰ্কিট চিটিৰ ভাগ্যবান গ্ৰাহকে এল জি ৰ  এক লাখ টকাৰ ৰেফ্ৰিজাৰেটৰ লাভ কৰিছে। দূর্গা পূজাৰ সময়ত এল জি য়ে দিয়া লাকি ড্ৰ যোগে চানমাৰিৰ চাৰ্কিট চিটিৰ এগৰাকী ভাগ্যবান গ্ৰাহকে 
চাৰ্কিট চিটি গ্ৰাহকৰ এল জি ৰ  এক লাখ টকাৰ ৰেফ্ৰিজাৰেটৰ লাভ কৰিবলৈ সক্ষম হৈছে। এই সম্পৰ্কে
চাৰ্কিট চিটিৰ মূৰব্বী নৰেন্দ্ৰ চোনীয়ে কয় ' উৎসৱৰ সময়ত আমি সমগ্ৰ দেশজুৰি অফাৰৰ আয়োজন কৰিছিলোঁ। এই অফাৰৰ জৰিয়তে ভৱেশ ভট্টাচাৰ্য আৰু তেওঁৰ পৰিয়ালে এক লাখ ৫ হাজাৰ টকাৰ 
ৰেফ্ৰিজাৰেটৰ লাভ কৰিবলৈ সক্ষম হৈছে। তদুপৰি আমি ধনতেৰচ উপলক্ষে এল জিৰ শ্ৰেষ্ঠ প্ৰডাক্ট ক্ৰয়তো বিশেষ অফাৰ আগবঢ়াইছোঁ।'

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা