জি আৰ ডি ফাৰ্মাচিউটিকেলে মুকলি কৰিলে দুটা ব্ৰেণ্ডৰ চেনিটাইজাৰ




ষ্টাফ ৰিপ'ৰ্টাৰ,,,,,২৭ নৱেম্বৰ
ক'ৰণা মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি জি আৰ ডি ফাৰ্মাচিটিকেলে বজাৰত মুকলি কৰিছে দুটাকৈ ব্ৰেণ্ডৰ চাৰ্ফো ইউজাৰ-এ আৰু ইনভো ইউজাৰ-৫। এই সন্দৰ্ভত জি আৰ ডি ফাৰ্মাচিউটিকেলৰ জি ডি ধনুগাই কয়"-স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি বিজ্ঞানসন্মত ভাৱে এই চেনিটাইজাৰ প্ৰস্তুত কৰা হয়। এই চেনিটাইজাৰেৰে কাৰ্যালয়, কোম্পানী, পথকে আদি কৰি বিভিন্ন স্থান চেনিটাইজ কৰিব পাৰি"।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা