কৃষ্ণাইৰ কুলীয়া জানৰ ওপৰত পকী দলঙৰ আধাৰশিলা স্থাপন

গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ কাষৰীয়া কুলীয়া জানৰ ওপৰত আজি পকী দলঙৰ আধাৰশিলা স্থাপন কৰে গোৱালপাৰা পূৱ বিধান সভা সমষ্টিৰ বিধায়ক এ,কে,ৰশিদ আলমে ৷ এই উপলক্ষে আজি পুৱা ১০ বজাত আয়োজিত সভাখনত সভাপতিত্ব কৰে মোজাফ্ফৰ নুৰ ইছলামে ৷ বিধায়ক আলমৰ লগতে গড়কাপ্তানি বিভাগৰ অভিযন্তা,ঠিকাদাৰ আদি বিভিন্ন বৰ্গৰ লোক উপস্থিত থকা সভাখনত ভাষণ প্ৰদান কৰে ৰফিকুল ইছলাম,ৰফিজুল ইছলাম, গুলজাহাৰ আলীকে ধৰি বহু কেইজন স্থানীয় ব্যক্তিয়ে ভাষণ প্ৰদান কৰে ৷

কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ, first news report

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা