মোষ্ট আউটষ্টেডিং সংস্থা হিচাপে এইচডিএফচি বেংক লিমিটেড সন্মানিত




ষ্টাফ ৰিপ'ৰ্টাৰ,,৪ নৱেম্বৰ
সুপৰিচিত এছিয়ামনিৰদ্বাৰা ভাৰতৰ আৰ্থিক ক্ষেত্ৰত "মোষ্ট আউটষ্টেডিং সংস্থা হিচাপে এইচডিএফচি বেংক লিমিটেড সন্মানিত হৈছে। এছিয়াৰ ১২ খন বজাৰৰ ভিতৰত ৮২৪ খনৰো বেছি ফাণ্ড মেনেজাৰ, বাই চাইড এনালাইষ্ট বেংকাৰ আৰু গৱেষক এনালাইষ্টে ভোট দিছিল। এছিয়ামনিয়ে অংশগ্ৰহণকাৰী কোম্পানী বোৰৰ আৰ্থিক পৰিচালনা দল, আই আৰ আৰু চিএচ আৰৰ ক্ষেত্ৰত পাৰদৰ্শিতা বিবেচনা কৰিছে। এছিয়াৰ আউটষ্টেডিং সংস্থা প'ল হিচাপে পৰিচিত ইয়াৰ লক্ষ্য হৈছে কোম্পানী সমূহক দুটা ভাগত চিনাক্ত কৰা, দেশৰ দ্বাৰা আৰু শাখাৰ দ্বাৰা। এইচডিএফ চি বেংকে একেৰাহে দ্বিতীয় বছৰৰ বাবে এই সন্মান লাভ কৰিছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা