জয়পুৰ ব্লক কংগ্ৰেছৰ সৌজন্যত তৰুণ গগৈৰ স্বৰ্দ্ধাঞ্জলি অনুষ্ঠান

 ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এজন আগশাৰীৰ নেতা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুৰ বাতৰিয়ে সমগ্ৰ অসমৰ লগতে নাহৰকটীয়া সমষ্টিতো বৈছে শোকৰ বন্যা ।
        আজি নাহৰকটীয়াৰ ৰাজীৱ ভৱনৰ প্ৰাঙ্গনত জয়পুৰ ব্লক কংগ্ৰেছৰ সৌজন্যত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ প্ৰতি শোক প্ৰকাশ কৰাৰ লগতে গভীৰ শ্ৰদ্ধা জনায় ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা