শিৱসাগৰত স্কাউট গাইডৰ প্ৰতিষ্ঠা দিৱস পালন

সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰতো শনিবাৰে ভাৰত স্কাউট এণ্ড গাইডৰ প্ৰতিষ্ঠা দিৱস পালন কৰা হয়।  কালুগাওঁৰ বৰপাত্ৰ দ'ল মজলীয়া বিদ্যালয়স্থিত ভাৰত স্কাউট এণ্ড গাইডচৰ জিলা প্ৰশিক্ষণ কেন্দ্ৰত পুৱা বন্তি প্ৰজ্বলন আৰু পতাকা উত্তোলন কৰে শিৱসাগৰ জিলা উপায়ুক্ত তথা স্কাউট এণ্ড গাইডচৰ জিলা সভাপতি লক্ষীনন্দন গগৈয়ে। ফটো ফলক উন্মোচন কৰে অসামৰিক বিভাগৰ উপ নিয়ন্ত্ৰক প্ৰাণজিৎ দত্তই


প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি বৃক্ষ ৰোপন অাৰু যোগ প্ৰদৰ্শন কৰা হয়।


উপায়ুক্ত গৰাকীয়ে যোগ প্ৰদৰ্শন কৰা ছাত্ৰীকেইগৰাকীৰ উজ্জল ভৱিষ্যত কামনা কৰে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা