"যোগ নিলয়মত প্ৰাকৃতিক চিকিৎসা দিৱসৰ" সংগতি ৰাখি প্ৰাকৃতিক চিকিৎসা কৰ্মশালা

পঙ্কজ নাথ, চাংসাৰি, ১৭ নৱেম্বৰ :

সেৱা ভাৰতী পূৰ্বাঞ্চলৰ উত্তৰ গুৱাহাটী যোগনিলয়মত আজি Naturopathy Day celebration লগত সংগতি ৰাখি Naturopathy    কৰ্মশালা এটি আয়োজন কৰা হৈছিল । এই শুভাৰম্ভ অনুষ্ঠানত আতধৰে যোগ নিলয়মৰ মেডিকেল অফিচাৰ ‌Yognilyam Medical officer ডঃ ডনিৰাং ৰিয়াঙে তাৰ পিছতে বন্তি প্ৰজ্বলন আৰু ভাৰত বন্দনা আৰম্ভ কৰা হয়। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সেৱা ভাৰতী পূৰ্বাঞ্চল প্ৰান্ত যোগ প্ৰমুখ অৰুপ জ্যোতি দাস, Sports authority of Assam, Yoga instructor/National yoga referee at yoga federation of India (অসম ক্ৰীড়া কৰ্তৃত্ব, যোগ প্ৰশিক্ষক / ভাৰতৰ যোগ ফেডাৰেচনত জাতীয় যোগ ৰেফৰি নৱলক্ষ্মী গগৈয়ে বৰ্তমান সমাজত যোগ আৰু প্ৰাকৃতিক চিকিৎসা সম্পৰ্কে মাৰ্গ দৰ্শন প্ৰদান কৰে। এই অনুষ্ঠানত যোগ শিক্ষক হিচাপে উপস্থিত থাকে ক্ৰমে- শেষৰ হালদাৰ, দিন্পল কাকতি,বিতু সন্দিকৈ,ৰিজু মনি দাস, বিদ্ধশ্ৰী মলচয়,তুপা চাকমা্ আদি । ইয়াৰ লগতে এই শুভাৰম্ভণি অনুষ্ঠানত স্হানীয় ব্যক্তি সকলৰ লগতে বিভিন্ন ঠাইৰ যোগাসনৰ প্ৰতি ৰুচি থকা ব্যক্তি সকলে অংশগ্ৰহণ কৰে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা