টাটা মটৰছে মুকলি কৰিলে "গ্ৰাহক সম্ভাদ (২০২০)




ষ্টাফ ৰিপ'ৰ্টাৰ,,,৪ নৱেম্বৰ
টাটা মটৰছে  গ্ৰাহক সম্ভাদ (২০২০) ২৩ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈ ঘোষণা কৰিছে। ইয়াৰ লগতে টাটা মটৰছে দেশজুৰি "গ্ৰাহক সেৱা মহোৎসৱ" সেৱা অভিযান ১ ৰ পৰা ৩০ নৱেম্বৰ (২০২০) লৈ আগবঢ়াইছে আৰু ২৩ অক্টোবৰ (২০২০) ত "ৰাষ্ট্ৰীয় গ্ৰাহক সেৱা  দিৱস উদযাপন কৰিব। এই গ্ৰাহক সম্ভাদ অনুষ্ঠানে গ্ৰাহক সকলক ২০২০ বৰ্ষত কোম্পানীয়ে মুকলি কৰা উদ্ভাৱনী মূলক পদক্ষেপ সমূহৰ বিষয়ে অৱগত কৰাব। এই সন্দৰ্ভত টাটা মটৰ্ছৰ ব্যৱসায়ীক বাহনৰ ব্যৱসায় শাখা ৰ গ্ৰাহকৰ সেৱাৰ গ্লোবেল হেড আৰ ৰামকৃষ্ণন এ কয়"-ব্যৱসায়ীক বাহনৰ বজাৰৰ নেতৃত্বত থকা টাটা মটৰছে পেণডেমিকৰ এই সময়ত বিভিন্ন পদক্ষেপৰ দ্বাৰা ট্ৰাকৰ সৈতে জড়িত সমগ্ৰ কৰ্মকর্তাৰ কুশল নিশ্চিত কৰি দায়িত্ব গ্ৰহণ কৰিছে। এই লক্ষ্যক আগত ৰাখি, এইবাৰৰ গ্ৰাহকৰ সৈতে হোৱা মত-বিনিময়  অনুষ্ঠান আৰু সেৱা কেম্পৰ দ্বাৰা পৰিৱৰ্তিত সময় আৰু গ্ৰাহকৰ দ্ৰুত বিকশিত চাহিদা পূৰণ কৰা হ'ব।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা