উত্তৰ পূৱৰ বজাৰত শীতকালীন ব্লেংকেট মুকলি মন্টি কাৰ্লো হোম টেক্সটাইল ডিভিজনৰ




ষ্টাফ ,ৰিপ'ৰ্টাৰ,,৩ ডিচেম্বৰ
মণ্টি কাৰ্লো হোম টেক্সটাইল ডিভিজনে উত্তৰ পূৱৰ বজাৰত শীতকালীন ব্লেংকেট মুকলি কৰিছে। উত্তৰ পূৱৰ মণ্টি কাৰ্লো ব্লেংকেট কৰ্তৃত্বশীল বিতৰক প্ৰান্তৰ খুছী এণ্টাৰপ্ৰাইজৰ মুৰব্বী অজয় বাৰ্মাই এই সন্দৰ্ভত কয়"-শীতকালৰ বাবে ব্লেংকেট আৰু থাৰ্মেল পিন্ধনৰ শেহতীয়া নতুন সংগ্ৰহ  মজুত ৰখা হৈছে। মণ্টি কাৰ্লো থৰ্মল বিভাগৰ অধীনত পুৰুষ মহিলা আৰু শিশুৰ বাবে সকলো আকাৰ আৰু ৰঙত বিশুদ্ধ ঊণ থাৰ্মল আদি উপলব্ধ হ'ব।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা