'সৃষ্টি চিনে প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ হৈছে অসমীয়া চলচ্চিত্ৰ'কলাধোঁৱা'




ষ্টাফৰিপোৰ্টাৰ, ১০ ডিচেম্বৰ : সৃষ্টি চিনে প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ হৈছে  অসমীয়া চলচ্চিত্ৰ ""কলাধোঁৱা"'।উৎপল ৰাণাৰ কাহিনী,চিত্ৰনাট্য,সংলাপ আৰু পৰিচালনাৰ এই ছবি খনৰ প্ৰায় ৮০ শতাংশ দৃশ্য গ্ৰহণ সম্পূৰ্ণ কৰা হৈছে।যোৰহাট জিলাৰ অন্তৰ্গত হিমলুগুৰি মৌজাৰ বনাই অৰুণামুখ মিছিং গাঁও,ঔ গুৰি গড় চিগা,ৰবি গাঁও,খনা মুখ,লাহোৱাল,তামুলী চিঙা আদি গাঁওৰ মনোৰম লোকেচনত দৃশ্য গ্ৰহণ কৰা হৈছে।দৃশ্য গ্ৰহণ কৰিছে-ৰমেন দেউৰীয়ে।মেকাপ-জান মণি,ৰিয়া।প্ৰযোজনা-ৰশ্মি ৰেখা ভট্টাচাৰ্য ৰ।আৰু এই ছবি খনত বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে-গাঙ্গেশ কলিতা,বিকি,দৃষ্টি,অনিন্দিতা,প্ৰণামী,বিনোদ, মানস, নয়ন,জ্যোতি প্ৰসাদ,ববী দত্ত,অচিন্ত বৰা,ৰশ্মি,চুমিত্রা মিলি,শিলা,সমীক্ষা,দেৱব্ৰত,সংগিতা, দিগ্বিজয়,হোমেন,আৰু শিশু শিল্পী-কোনাল,নীহাৰ,ঋষব,নূপুৰ ৰাগিনী আদিয়ে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা