কুবেৰ এ চি মাৰ্কেটত এল গোপাল জুৱেলাৰ্ছত এক্সক্লুছিভ কালেকশ্বন


গুৱাহাটীত মুকলি ফ'ৰএভাৰমাৰ্ক ডাইমণ্ড জুৱেলাৰী


ষ্টাফ ৰি'পৰ্টাৰ ২১ ডিচেম্বৰ,
দ্য ডি বীয়াৰ্ছ গ্রুপৰ সৰ্ববৃহৎ ডাইমণ্ড জুৱেলাৰী ব্ৰেণ্ড ফ'ৰএভাৰ মাৰ্ক  গুৱাহাটীত অনুষ্ঠানিক ভাৱে মুকলি কৰা হয়। উত্তৰ পূৱৰ গ্ৰাহক সকলৰ বাবে প্ৰথম বাৰৰ বাবে গুৱাহাটীৰ কুবেৰ এ চি মাৰ্কেটৰ এল গোপাল জুৱেলাৰ্ছত ' ফ'ৰএভাৰমাৰ্ক মুকলি কৰা হয়। এই সন্দৰ্ভত এল গোপাল জুৱেলাৰ্ছৰ সঞ্চালক গকুল ছনীয়ে কয়"-আজি বিভিন্ন প্ৰকাৰ আৰু বিভিন্ন ডিজাইনৰ ফৰ এভাৰমাৰ্কৰ ডাইমণ্ড জুৱেলাৰী এক্সক্লুছিভ কালেকশ্বন কুৱেৰ এ চি মাৰ্কেটৰে শ্ব ৰুমত মুকলি কৰা হৈছে। আনহাতে এই সন্দৰ্ভত যুৱ ব্যৱসায়ী প্ৰতীক ছ'নীয়ে কয়"-কুবেৰে এ চি মাৰ্কেটৰ এল গোপাল জুৱেলাৰ্ছ শ্ব'ৰুম আটাইতকৈ পুৰণি। একেদৰে এই শ্ব'ৰুমতেই পাইকাৰী দৰত গহনা যোগান ধৰাৰ ব্যৱস্থা আছে। উল্লেখযোগ্য যে,এল গোপাল জুৱেলাৰ্ছৰ গহনা কলকাতালৈ ৰপ্তানি কৰা হয়। কুবেৰে এ চি মাৰ্কেটৰ এল গোপাল জুৱেলাৰ্ছৰ এটাই উদেশ্য গ্ৰাহকক উন্নত মানদণ্ড তথা উন্নত মানৰ জুৱেলাৰী যোগান ধৰা।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা