কে টি এম যোৰহাটৰ শুভ উদ্বোধন


ষ্টাফৰিপোৰ্টাৰ, ১৮ ডিচেম্বৰ : উজনি অসমৰ অন্যতম চহৰ যোৰহাটৰ বাইক প্ৰেমী সকললৈ সু-খবৰ। বৃহস্পতি বাৰে যোৰহাট চহৰৰ জেইল ৰোডত উদ্বোধন কৰা হয় কে টি এমৰ নতুন ডিলাৰ । ডিলাৰটোত লগতে বাইকাৰ্ছ সকলৰ বাবে মুকলি কৰা হয় KTM ADVENTURE-250 মডেলৰ বাইকখন । 

ইতিমধ্যে,যোৰহাটত বাইকাৰ্ছ সকলৰ বাবে উপলব্ধ KTM DUKE 200,KTM DUKE 390,KTM RC-390,KTM Adventure-250,KTM Adventure-390,Husqvarna Vitpilen 250,Husqvarna Svartpilen 250 ।
উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে KTMযোৰহাটৰ স্বতাধিকাৰী মনিমালা ৰাজখোৱা দত্ত । 

উল্লেখ্য যে,বৃহস্পতিবাৰে কে টি এমত নতুনকৈ সংযোজন হয় MY21 KTM 125 DUKE । বাইক ৰাইডাৰ সকলক নতুন অভিজ্ঞতা প্ৰদানৰ প্ৰতিশ্ৰুতিৰে কোম্পানীটোৱে মুকলি কৰে অত্যাধুনিক বাইক খন ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা