সুদীৰ্ঘ ৩ টা বছৰৰ অন্তত গুৱাহাটীৰ পাঞ্জাবাৰীৰ জনশিমলুত বিদ্যুৎ সংযোগৰ নিৰ্দেশ




ষ্টাফৰিপোৰ্টাৰ, ৪ ডিচেম্বৰ : অৱশেষত সুদীৰ্ঘ ৩ টা বছৰৰ অন্তত গুৱাহাটীৰ পাঞ্জাবাৰীৰ জনশিমলুত বিদ্যুৎ সংযোগৰ বাবে আদালতৰ নিৰ্দেশ। বন বিভাগৰ চূড়ান্ত গাফিলতি আৰু মিথ্যাচাৰ ফাদিল হ’ল এই নিৰ্দেশৰ যোগেদি। এতিয়া জনশিমলুবাসীক উচ্ছেদৰ ক্ষ্তিপূৰণ দিব কোনে? 
স্বয়ং উচ্চ ন্যায়ালয়েই ক’লে যে *জনশিমলু* ননকে গাওঁ আমচাং সংৰক্ষিত বনাঞ্চলত নহয়, দিছপুৰ ৰাজহ চক্ৰৰহে অন্তৰ্গত।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা