নামৰূপত (চুকাফা) অসম দিৱস পালন
টাই আহোম যুৱ পৰিষদ নামৰূপ আঞ্চলিক সমিতিৰ উদ্যোগত আজি নামৰূপ সোনাৰী তিনিআলিত অসম দিৱসৰ লগত সংগতি ৰাখি নামৰূপবাসী ৰাইজৰ মাজত এহেজাৰ গছ পুলি বিতৰণৰ লগতে সাংস্কৃতিক কার্যসূচী ৰূপায়িত কৰে।
লগতে ৰাজ্য চৰকাৰলৈ টাইপাৰ নামৰূপ আঞ্চলিক সমিটিয়ে ছয় জনগোষ্ঠীৰ অতি শীঘ্ৰে জনজাতি কৰণৰ দাবী জনায়।
নাহৰকটীয়াৰ পৰা গগন হাজৰীকা, ফাৰ্ষ্ট নিউজ ৰিপৰ্ট।
Comments
Post a Comment