বেতকছিৰ বিনোদ নিছানে মুকলি অত্যাধুনিক বাহন এছ ইউ ভি নিছান মেগানিটি



 ষ্টাফ ৰিপ'ৰ্টাৰ,,৪ ডিচেম্বৰ
উত্তৰ পূৰ্বাঞ্চলৰ গ্ৰাহকৰ বাবে নিছান ইণ্ডিয়াই মুকলি কৰিলে এছ ইউ ভি নিছান মেগনিটি। মহানগৰীৰ লখৰা বেতকুছিস্থিত বিনোদ নিছনাত এই বাহনখন অনুষ্ঠানিক ভাৱে মুকলি কৰে বিনোদ নিছানৰ স্বত্বাধিকাৰী অৰুণা আগৰৱালা দ্বীপজ্যোতি ডেকা আৰু কাপৰূপৰ দ্বিতীয় গৌতম দাসে। সকলো ধৰণৰ বৈশিষ্ট থকা উক্ত বাহনখনৰ মূল্য ৪.৯৯ লাখৰ পৰা আৰম্ভ হৈছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা