জামুগুৰিহাটত প্ৰাকৃতিক থেৰাপি কেন্দ্ৰ মুকলি

জামুগুৰিহাটৰ বৰভগীয় গাঁওত আজি এটা প্ৰাকৃতিক থেৰাপি কেন্দ্ৰ মুকলি কৰা হয়।শৰীৰত দেখা বিষ সমুহ নিৰাময় কৰাৰ উদ্দেশ্যে আগত ৰাখি বৰভগীয়া গাঁওৰ ষ্টেট বেংকৰ সমীপত ফিজিওথেৰাপিষ্ট মিন্টু বৰাৰ পৰিচালনতাত আজি শুভাৰম্ভ কৰা কেন্দ্ৰটো দেওবাৰৰ বাদে সপ্তাহৰ সকলো কেইদিন পুৱা ৮বজাৰ পৰা আবেলি ৫ বজালৈকে খোলা থাকিব।নদুৱাৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ৰাজীৱ বৰাই শুভ উদ্বোধন কৰা অনুষ্ঠানটিত সমাজকৰ্মী মাধৱ ওজা, প্ৰকৃতি প্ৰেমী ৰাজু জৈনকে ধৰি লোকসকল উপস্থিত আছিল। 
জামুগুৰিহাটৰ পৰা জোন বৰা।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা