গুৱাহাটীত প্ৰথম বাৰৰ বাবে আপূৰ্তিয়ে গ্ৰাহকৰ বাবে মুকলি কৰিলে "বাডী ছিষ্টেম




 ষ্টাফ ৰিপ'ৰ্টাৰ,,,১৮ ডিচেম্বৰ
মেট্ৰ'পলিটেন চিটি গুৱাহাটী মহানগৰীত প্রথম বাৰৰ বাবে মুকলি কৰা হৈছে 'বাডি ছিষ্টেম'। মহানগৰীৰ আঠগাঁওস্থিত এ চি ৰোডৰ বিভাগীয় বিপনী অপূৰ্তিয়ে মুকলি কৰিছে বাডী ছিষ্টেম'। এই সন্দৰ্ভত বিভাগীয় বিপনী আপূৰ্তিৰ ৰাজীৱ কুমাৰ জৈন আৰু মুন্না আগৰৱালে কয়"-আমাৰ বিপনীত উপলব্ধ হৈছে কম মূল্যত অত্যাৱশ্যকীয় সামগ্রী। সকলো ধৰণৰ খাদ্য সামগ্ৰীৰ লগতে শিশু খাদ্য, ব্যক্তিগত যতন সামগ্রী, আদি উপলব্ধ থাকিব বিপনী খনত। যিকোনো সামগ্রী পুৱা ৮বজাৰ পৰা নিশা  ১০ বজাৰ ভিতৰত গ্ৰাহকৰ ঘৰে ঘৰে যোগান ধৰা হ'ব"। উল্লেখযোগ্য যে, ২ জানুৱাৰীৰ পৰা প্ৰতি দেওবাৰে গ্ৰাহক সকলে বিশেষ ৰেহাই লাভ কৰিব পাৰিব।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা