প্ৰবীণ কণ্ঠশিল্পী অৰ্চনা মহন্তৰ দেহাৱসান




ষ্টাফৰিপৰ্টাৰ, প্ৰবীণ কণ্ঠশিল্পী অৰ্চনা মহন্তৰ দেহাৱসান।মহানগৰীৰ হেলথ চিটি হাস্পতালত শেষ নিশ্বাস ত্যাগ
১৪ জুলাইৰ পৰা চিকিৎসাসধীন হৈ আছিল শিল্পীগৰাকী। মগজুৰ ৰক্তক্ষৰণৰ বাবে চিকিৎসাধীন হৈ আছিল প্ৰয়াত অৰ্চনা মহন্ত।
-প্ৰয়াত স্বামী বিহু সম্ৰাট খগেন মহন্তৰ সৈতে মঞ্চ কঁপাইছিল অৰ্চনা মহন্তই।
খগেন মহন্ত-অৰ্চনা মহন্ত যুতিৰ গীতে আলোড়িত কৰিছিল ৰাজ্য। ২০১৪ ৰ ১২ জুনত দেহাৱসান ঘটিছিল খগেন মহন্তৰ। জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তৰ মাতৃ অৰ্চনা মহন্ত।
বিশিষ্ট শিল্পী, সুকণ্ঠী গায়িকা অৰ্চনা মহন্তৰ বিয়োগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গভীৰ শোকপ্ৰকাশ কৰে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা