দুখীয়া লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ



ষ্টাফৰিপৰ্টাৰ, ২১ আগষ্ট : পুনৰ আৰ্তজনক সহার্য প্ৰদানত আগবাঢ়ি আহিল সমাজকর্মী তুলতুল কছাৰী। লকডাউনৰ সময়ছোৱাত গুৱাহাটী মহানগৰীত ৭৫ দিন দুখীয়া আৰু পদপথৰ অসহায় লোকসকলৰ মাজত দুপৰীয়াৰ আহাৰ যোগান ধৰি আহিছে  সমাজকর্মী তুলতুল কছাৰীয়ে। শুকুৰবাৰে তেওঁ মানুহৰ ঘৰত কাম কৰি পৰিয়াল পোহ-পাল দিয়া ৫০ টা পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী ফেছ ইণ্ডিয়া নামৰ স্বেচ্ছাসেৱী সন্থাৰ সহযোগত আগবঢ়ায়।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা