আগন্তুক ৬মাহলৈ অসমক ‘অশান্ত অঞ্চল’ ঘোষণা কৰা হৈছে।সেনা বাহিনী(বিশেষ ক্ষমতা) আইন-১৯৮৫ৰ অধীনত অসমক অশান্ত অঞ্চল ঘোষণা



ষ্টাফৰিপৰ্টাৰ, ২৬ আগষ্ট : শেহতীয়াকৈ উত্তৰ-পূৰ্বাঞ্চলত উগ্ৰপন্থীয়ে নিৰাপত্তাৰক্ষীৰ ওপৰত চলোৱা আক্ৰমণ, অবৈধ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰৰ পৰিপ্ৰেক্ষিতত এই ঘোষণা কৰা হৈছে।

ইতিমধ্যে, মঙলবাৰে ৰাজ্য চৰকাৰে এক বিজ্ঞপ্তিযোগে এই কথা প্রকাশ কৰে।উল্লেখযোগ্য যে,অহা ২৮ আগষ্টৰ পৰা এই ঘোষণা কাৰ্যকৰী হ'ব।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা