কৰ'নাত আক্ৰান্ত হ’ল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ



ষ্টাফৰিপৰ্টাৰ, কৰ'নাত আক্ৰান্ত হ’ল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। ইতিমধ্যে এই কথা টুইটাৰযোগে তৰুণ গগৈয়ে নিজে সদৰি কৰিছে।
বুধবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰীজনৰ দেহত কৰ'নাৰ অৱস্থিতি ধৰা পৰে। উল্লেখ্য তিনি দিন পূৰ্বে তৰুণ গগৈয়ে দলীয় বৈঠকত অংশ লৈছিল। ৰিপুণ বৰাকে ধৰি কংগ্ৰেছৰ প্ৰায় সংখ্যক জ্যেষ্ঠ নেতাৰ সংস্পৰ্শলৈ আহিছিল গগৈ। উল্লেখযোগ্য যে,তৰুণ গগৈয়ে তেওঁৰ সংস্পৰ্শলৈ অহা লোকসকলক কৰ'না পৰীক্ষা কৰোৱাবলৈ অনুৰোধ জনাইছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা