বেৰী হোৱাইট ইন ক'ৰাপছনে উত্তৰে -পূবত প্ৰস্তুত কৰিব এন-৯৫ মাস্ক



 ষ্টাফৰিপ'ৰ্টাৰ,,,২৭ আগষ্ট
কোৰোনা মহামাৰীৰ সময়ছোৱাত "বেৰী হোৱাইট ইন ক'ৰাপছন -এ উত্তৰ-পূৰ্বাঞ্চলত এন-৯৫ মাস্ক প্ৰস্তুত কৰাৰ কথা অনুষ্ঠানিক ভাৱে ঘোষণা কৰিছে। বেৰী হোৱাইট ইন ক'ৰাপছনে প্ৰকাশ কৰা অনুসৰি গুৱাহাটীৰ আৰ্থ মেনুফেক্সৰিং ফেকাল্টি ইন ব্ৰহ্মপুত্ৰ ইণ্ডাটয়েল পাৰ্কত প্ৰস্তুত কৰা হ'ব। এন-৯৫ মাস্ক। এই সন্দৰ্ভত যুৱ ব্যৱসায়ী ৰবি পাছাৰীয়ে কয়"-কোৰোনা মহামাৰীত বহু নিযুত লোক আক্ৰান্ত হৈছে। শেহতীয়াকৈ দেশৰ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে "আত্মনিৰ্ভৰশীল ভাৰত, লোকেল ফৰ ভোকেল, গঢ়াৰ ঘোষণা কৰিছিল। আমি প্ৰধানমন্ত্ৰী গৰাকীৰ আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি আমি উত্তৰ -পূবত এন ৯৫  মাস্ক প্ৰস্তুত কৰাৰ সিদ্ধান্ত লৈছোঁ"। তেওঁ লগতে কয়" আমাৰ উদ্যোগত প্ৰত্যক্ষভাৱে ৩০ জন লোক জড়িত হ'ব আৰু পৰোক্ষভাৱে শতাধিক লোক জড়িত হ'ব"।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা