বৰপেটাৰ বাঁহমুৰাত বঁটা বিতৰণী সভা

 lকঞ্জল দাস, বৰপেটা, ১৮ আগষ্ট

দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱস উপল্লখে বাহমূৰা মনাহাটী বজাৰত  বিভিন্নধৰণৰ খেল ধেমালি আয়োজন কৰে । এই উপল্লখে আজি অনুষ্ঠিত বঁটা বিতৰণী সভাত সভাপতিত্ব  কৰে চামচুল হকে । এই  সভাত মূখ্য অতিথি হিচাবে উপস্থিত থাকে বৰপেটা যুৱ সমাজ কৰ্মী  ইমৰাণ বাবু মণি, বিশিষ্ট সাংবাদিক পুলেন্দ্ৰ দাস, মিজানুৰ ৰহমান আৰু বিশিষ্ট ব্যক্তি সকলে । ইমৰাণ বাবুমণিয়ে কণ কণ লৰা ছোৱালী উদ্দেশ্যে ভাষণ প্ৰদান কৰি কয় যে আজি কালি গৰিষ্ঠ সংখ্যক লৰা ছোৱালীয়ে খেল ধেমালি পাহৰি গৈছে ৷ খেল ধেমালি কৰিলে নিজৰ দেহ সুস্থ থকাৰ লগতে কৰ্মসংস্থাপন লাভ কৰিব পাৰি বুলি মন্তব্য কৰে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা